কলিয়াবৰৰ বুঢ়াপাহাৰত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মিভূত হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠান।বুঢ়াপাহাৰ চাহ বাগিচাৰ সমীপত থকা ব্যৱসায়িক প্ৰতিষ্ঠানখনত কেনেকৈ জুইৰ সুত্ৰপাত হয় সেই বিষয়ে জনা নাযায়।