আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া। ননৈ নদীৰ মথাউৰি চিগি যোৱাৰ ফলত বহুকেইখন গাওঁ বানে পুতি পেলাইছিল। ইয়াৰে বিভিন্ন বিদ্যালয়ৰ লগতে স'লপাম প্ৰাথমিক বিদ্যালয়ৰ পৰিবেশো বানে নষ্ট কৰি পেলাইছে । পলসে পুতি পেলোৱা স্কুলখনত আজিৰ পৰা পাঠদান আৰম্ভ হৈছে । ৰাইজৰ প্ৰচেষ্টাত কিছু পলস আঁতৰাই পাঠদানৰ উপযোগী কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संत पीपाजी दर्जी समाज की आम मीटिंग का हुआ आयोजन ,लिए गए निर्णय
सरदारपुर स्थित संत श्री पीपाजी मंदिर में पीपा क्षत्रिय समाज कार्यकरणी की मीटिंग का आयोजन अध्यक्ष...
Chandryaan-3 Location : पहुंचा चंद्रयान-3, देखिए लोकेशन | Chandryaan-3 launch | ISRO | Moon Mission
Chandryaan-3 Location : पहुंचा चंद्रयान-3, देखिए लोकेशन | Chandryaan-3 launch | ISRO | Moon Mission
লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তিৰ প্ৰসংগত উত্তাল ৰাজ্য।মূখ্যমন্ত্রীয়ে দিয়া প্ৰতিশ্ৰুতি নৰজিল
লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তিৰ প্ৰসংগত উত্তাল ৰাজ্য।মূখ্যমন্ত্রীয়ে দিয়া প্ৰতিশ্ৰুতি নৰজিল।...
ગોવિંદ ભાઇ પરમાર નો ભવ્ય વિજય થતા ઓડ ખાતે વિજય યાત્રા નીકળી. ઠેર ઠેર સ્વાગત કરવામાં આવ્યું.
ગોવિંદ ભાઇ પરમાર નો ભવ્ય વિજય થતા ઓડ ખાતે વિજય યાત્રા નીકળી. ઠેર ઠેર સ્વાગત કરવામાં આવ્યું.
વિછીયાના દેવધરી ગામનો વિડીયો સોશિયલ મીડિયામાં વાયરલ રસ્તો ખરાબ હોને લઈ વિડીયો ઉતારી કરી પોતાની વ્યથા
વિછીયાના દેવધરી ગામનો વિડીયો સોશિયલ મીડિયામાં વાયરલ રસ્તો ખરાબ હોને લઈ વિડીયો ઉતારી કરી પોતાની વ્યથા