আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া। ননৈ নদীৰ মথাউৰি চিগি যোৱাৰ ফলত বহুকেইখন গাওঁ বানে পুতি পেলাইছিল। ইয়াৰে বিভিন্ন বিদ্যালয়ৰ লগতে স'লপাম প্ৰাথমিক বিদ্যালয়ৰ পৰিবেশো বানে নষ্ট কৰি পেলাইছে । পলসে পুতি পেলোৱা স্কুলখনত আজিৰ পৰা পাঠদান আৰম্ভ হৈছে । ৰাইজৰ প্ৰচেষ্টাত কিছু পলস আঁতৰাই পাঠদানৰ উপযোগী কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिल्ली नगर निगम की तीसरी बैठक से पहले आम आदमी पार्टी और बीजेपी में तनातनी का दौर फिर शुरू
दिल्ली नगर निगम की तीसरी बैठक से पहले आम आदमी पार्टी और बीजेपी में तनातनी का दौर फिर शुरू हो गया...
Sunny Deol Birthday Special: बचपन से फिल्मों में आने के लिए 'बेताब' थे, इस तरह की थी गुप चुप शादी
Sunny Deol Birthday Special: बचपन से फिल्मों में आने के लिए 'बेताब' थे, इस तरह की थी गुप चुप शादी
5 मिनट के अंदर बन जाने वाले 4 जूस रेसिपी | Healthy Morning Juices for Summer
5 मिनट के अंदर बन जाने वाले 4 जूस रेसिपी | Healthy Morning Juices for Summer
চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগত ভুৱা নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ AJYCP
চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগত ভুৱা নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী...
પ્રાચી તીર્થ મુકામે સર્વ રોગ નિદાન કેમ્પ યોજાયો, સાંસદ પણ ઉપસ્થિત રહ્યા
પ્રાચી તીર્થ મુકામે સર્વ રોગ નિદાન કેમ્પ યોજાયો, સાંસદ પણ ઉપસ્થિત રહ્યા