দিখৌমুখৰ আলিমুৰ মিচিং গাঁৱত সন্ধানহীন এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰী ৷ আলুমুৰ মিচিং গাঁৱৰ অমৃত দলে আৰু জানেকি দলেৰ কন্যা মঞ্জিতা দলে দিখৌ নৈত সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হয় ৷