দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আহ্বান চৰকাৰৰ। সেয়ে নাগৰিকসকলক প্ৰয়োজন হ'ব পতাকাৰ। গ্ৰামীণ জীৱিকা অভিযান, জোনাক মহিলা গ্ৰাম্য সংগঠনৰ উদ্যোগত ১৭ টা আত্মসহায়ক গোটৰ যৌথ প্ৰচেষ্টাত ছিপাঝাৰৰ ৰাইজৰ সহজলভ্য হোৱাকৈ জাতীয় পতাকা উৎপাদন। ছিপাঝাৰ বাছষ্টেণ্ডত অস্থায়ী বিপনীত বিক্ৰী কৰা হৈছে। ডাঙৰ আৰু সৰু দুই আকাৰত প্ৰতিখন পতাকাতে ১৬ আৰু ৩০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে দাম।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಕರ್ನಾಟಕ ರಾಜ್ಯದಲ್ಲಿ ರೆಡ್ಡಿ ಸಮುದಾಯವನ್ನು ಎಲ್ಲಾ ರಾಜಕೀಯ ಪಕ್ಷಗಳು ಕಡೆಗಣಿಸುತ್ತಿವೆ - ಡಿ. ಚಂದ್ರಶೇಖರ ರೆಡ್ಡಿ
ಮಾರ್ಚ್ 21, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ "ರೆಡ್ಡಿ ಜನ ಸಂಘ ಬೆಂಗಳೂರು ಪೂರ್ವ ತಾಲ್ಲೂಕು"...
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
मॉलीवुड के Me Too मूवमेंट पर मोहनलाल ने पहली बार तोड़ी चुप्पी, बोले- हेमा कमेटी की रिपोर्ट ने...
मलयालम एक्टर मोहनलाल ने आखिरकार मॉलीवुड में चल रहे मी टू मूवमेंट पर पहली बार अपनी चुप्पी तोड़ी...
स्पेस स्टेशन पहुंचते ही खुशी से झूम उठीं सुनीता विलियम्स, अंतरिक्ष में डांस करते हुए वायरल हुआ वीडियो
नई दिल्ली। सोशल मीडिया पर डांस के वीडियो आना आम बात है। लेकिन आज हम आपको एक महिला के...
অৱশেষত ৰিজাৰ্ভ ক্লজ হল ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈকৰ্তব্যৰত অৱস্থাত
অৱশেষত ৰিজাৰ্ভ ক্লজ হল ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈ
...