দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আহ্বান চৰকাৰৰ। সেয়ে নাগৰিকসকলক প্ৰয়োজন হ'ব পতাকাৰ। গ্ৰামীণ জীৱিকা অভিযান, জোনাক মহিলা গ্ৰাম্য সংগঠনৰ উদ্যোগত ১৭ টা আত্মসহায়ক গোটৰ যৌথ প্ৰচেষ্টাত ছিপাঝাৰৰ ৰাইজৰ সহজলভ্য হোৱাকৈ জাতীয় পতাকা উৎপাদন। ছিপাঝাৰ বাছষ্টেণ্ডত অস্থায়ী বিপনীত বিক্ৰী কৰা হৈছে। ডাঙৰ আৰু সৰু দুই আকাৰত প্ৰতিখন পতাকাতে ১৬ আৰু ৩০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে দাম।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
IIMC Aizawl के छात्रों ने लल्लनटॉप को Mizoram Election के अंदर की क्या कहानी बताई?
IIMC Aizawl के छात्रों ने लल्लनटॉप को Mizoram Election के अंदर की क्या कहानी बताई?
પાટણ જિલ્લામાં ‘જિલ્લા સ્વાગત’ કાર્યક્રમ શરુ | SatyaNirbhay News Channel
પાટણ જિલ્લામાં ‘જિલ્લા સ્વાગત’ કાર્યક્રમ શરુ | SatyaNirbhay News Channel
વડોદરા : દિનેશ મિલની આસપાસના રહીશોનો મોરચોકોર્પોરેશન કચેરી પહોંચ્યો
વડોદરા : દિનેશ મિલની આસપાસના રહીશોનો મોરચોકોર્પોરેશન કચેરી પહોંચ્યો
Bahraich Bhediya News: ग्रामीण ने बताया बहराइच में आदमखोर भेड़ियों का आंखों देखी मंजर | AajTak
Bahraich Bhediya News: ग्रामीण ने बताया बहराइच में आदमखोर भेड़ियों का आंखों देखी मंजर | AajTak