নামনি মাজুলীত বোৱাৰী আত্মহত্যাৰ ঘটনা : মাজুলী থানাৰ অন্তৰ্গত নামনি মাজুলীৰ চামগুৰি বাঘ গাঁৱৰ বৰ্নালী দাস (২৮) বছৰীয়া বোৱাৰী গৰাকীয়ে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নিজা শোৱনী কোঠাত আত্মহত্যা কৰে ৷ কোনো হাই কাজিয়া নলগা বোৱাৰী গৰকীয়ে কিয় আত্মহত্যাৰ পথ বাছি ললে সেয়া ৰহস্যৰ আবত্তত ৷ ইফালে মহিলা গৰাকীৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ মহিলা গৰাকীক মৰনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰৰ মেটেকাত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ নৃত্যাংশৰ শুভাৰম্ভণি
শিৱসাগৰঃ --শিৱসাগৰৰ মেটেকা মাজগাঁৱত দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত বৃহত্তৰ...
हकीकत बन गया 'पंचायत-3' का कबूतर वाला सीन! हाथों से उड़ा नहीं गिरा कबूतर,
नई दिल्ली। छत्तीसगढ़ के मुंगेली जिले में स्वतंत्रता दिवस समारोह में एक ऐसी घटना घटी, जिसे...
সোণাৰিত গ্ৰেডাৰৰ চেপাত গুৰুতৰভাৱে আহত এজন
সোণাৰিত গ্ৰেডাৰৰ চেপাত গুৰুতৰভাৱে আহত এজন
সোণাৰিৰ মিৰিপথাৰত সংঘটিত হয় এই অঘটন।নিৰ্মিয়মান...
સુરતનાં જાણીતાં એડવોકેટ મેહુલ બોગરા ઉપર જાનલેવા હુમલો Adv Mehul Boghara
સુરતનાં જાણીતાં એડવોકેટ મેહુલ બોગરા ઉપર જાનલેવા હુમલો Adv Mehul Boghara
बार्शी रोडवर दुध डेअरी समोर भीषण अपघात; दोन जण गंभीर@india report
बार्शी रोडवर दुध डेअरी समोर भीषण अपघात; दोन जण गंभीर@india report