নামনি মাজুলীত বোৱাৰী আত্মহত্যাৰ ঘটনা : মাজুলী থানাৰ অন্তৰ্গত নামনি মাজুলীৰ চামগুৰি বাঘ গাঁৱৰ বৰ্নালী দাস (২৮) বছৰীয়া বোৱাৰী গৰাকীয়ে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নিজা শোৱনী কোঠাত আত্মহত্যা কৰে ৷ কোনো হাই কাজিয়া নলগা বোৱাৰী গৰকীয়ে কিয় আত্মহত্যাৰ পথ বাছি ললে সেয়া ৰহস্যৰ আবত্তত ৷ ইফালে মহিলা গৰাকীৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ মহিলা গৰাকীক মৰনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
धर्मसीह वास्कले दरियापुर मंडल अध्यक्ष मनोनित
धरमसिंह वास्कले दर्यापुर मंडल अध्यक्ष मनोनीत
बुरहानपुर। भाजपा प्रदेश अध्यक्ष श्री विष्णुदत्त...
शेतकरी आणि शाळकरी मुलांचे रस्त्यासाठी तहसील कार्यालयासमोर उपोषण
शेतकरी आणि शाळकरी मुलांचे रस्त्यासाठी तहसील कार्यालयासमोर उपोषण
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News
ચોટીલા શહેરમાં થાનગઢ ત્રણ રસ્તાથી જલારામ ત્રણ રસ્તા સુધીના રોડનું આર.સી.સી. કામ પૂર્ણ ન થાય ત્યાં સુધી ભારે વાહનો પર પ્રતિબંધ
ચોટીલા નગરપાલિકા દ્વારા ચોટીલા શહેરમાં થાનગઢ ત્રણ રસ્તાથી જલારામ ત્રણ રસ્તા સુધીના રસ્તાનું...