Mangaldai - Yuba congress r pratibad মঙ্গলদৈত কংগ্ৰেছৰ প্ৰতিবাদ।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি কৰে এই প্ৰতিবাদ ।

মূল্য বৃদ্ধি ওপৰত প্ৰতিবাদ কৰিবলৈ যাওতে ৰাহুল গান্ধীক আটক কৰাৰ প্ৰতিবাদত সমগ্ৰ অসমতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছৰ কৰ্মী সকলে। 

মঙ্গলদৈ ৰাজীৱ ভৱনৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰতিবাদ কৰিবলৈ আহোতে দৰং আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে যদিও দৰং আৰক্ষী সন্মুখতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ পুটতলিকা দাহ কৰে।