সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অসম নেপালী সাহিত্য সভা,অসম গোৰ্খা সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত তথা নাৰায়ণপুৰ শাখাৰ আতিথ্যত জিলা পৰ্যায়ত নাৰায়ণপুৰৰ চামগুৰি বিজয়া নাট্য সমাজত ১৯ আৰু ২০ দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৩১ সংখ্যক ভাষা মান্যতা দিৱস সমাৰোহ ৷ ১৯৯২ চনৰ ২০ আগষ্ট আজিৰ দিনটোতে নেপালী ভাষাক ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰিছিল ৷ দুদিনীয়াকৈ অনুষ্ঠিত সমাৰোহ খনত শিশুসকলৰ সাহিত্য কৃষ্টি প্ৰতিযোগিতাৰ পৰা নেপালী ভাষা সংস্কৃতিৰ ওপৰত বিভিন্নজনে বক্তব্য প্ৰদান কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিগাঁৱৰ দলৈচূবাত শ্ৰীশ্ৰীৰোম হৰ্ষণ সূত দেৱৰ আবিৰ্ভাৱ উৎসৱ উদযাপন
মৰিগাঁৱৰ দলৈচূবাৰ জুৰীয়া নামঘৰত শ্ৰীশ্ৰীৰোম হৰ্ষণ সূত দেৱৰ আবিৰ্ভাৱ উৎসৱ উদযাপন।সদৌ অসম সূত...
মহানগৰীত জঘন্য ঘটনা; ডেৰমহীয়া অন্তঃসত্তা মহিলাক ধৰ্ষণৰ চেষ্টা দুজন যুৱকৰ
মহানগৰীত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা। সাতগাঁৱত এগৰাকী মহিলাক দুজন যুৱকে যৌন নিৰ্যাতনৰ অপচেষ্টা...
‘ডেম’ক্ৰেটিক আজাদ পাৰ্টি’ নামেৰে ভূমিষ্ঠ হ’ল আৰু এটা নতুন ৰাজনৈতিক দল
শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰা জম্মু-কাশ্মীৰৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম...
इजराइल की सीरिया पर एयर स्ट्राइक, 15 की मौत:16 लोग घायल, इजराइल बोला- उसने इस्लामिक जिहाद संगठन के ठिकानों को निशाना बनाया
इजराइल ने गुरुवार को सीरिया की राजधानी दमिश्क और उसके पास के एक इलाके पर हवाई हमले किए। इनमें 15...