সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অসম নেপালী সাহিত্য সভা,অসম গোৰ্খা সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত তথা নাৰায়ণপুৰ শাখাৰ আতিথ্যত জিলা পৰ্যায়ত নাৰায়ণপুৰৰ চামগুৰি বিজয়া নাট্য সমাজত ১৯ আৰু ২০ দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৩১ সংখ্যক ভাষা মান্যতা দিৱস সমাৰোহ ৷ ১৯৯২ চনৰ ২০ আগষ্ট আজিৰ দিনটোতে নেপালী ভাষাক ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰিছিল ৷ দুদিনীয়াকৈ অনুষ্ঠিত সমাৰোহ খনত শিশুসকলৰ সাহিত্য কৃষ্টি প্ৰতিযোগিতাৰ পৰা নেপালী ভাষা সংস্কৃতিৰ ওপৰত বিভিন্নজনে বক্তব্য প্ৰদান কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुख्यमंत्र्यांचा ताफा मार्गस्त रस्त्यांवर गौ मूत्र शिंपडून रस्ते साफ
मुख्यमंत्र्यांचा ताफा मार्गस्त रस्त्यांवर गौ मूत्र शिंपडून रस्ते साफ
#GirSomnath | પિયુષ ગોયેલનો વેરાવળ ખાતે મત્સ્યોદ્યોગકારો સાથે મહત્વપૂર્ણ સંવાદ યોજાયો | Divyang News
#GirSomnath | પિયુષ ગોયેલનો વેરાવળ ખાતે મત્સ્યોદ્યોગકારો સાથે મહત્વપૂર્ણ સંવાદ યોજાયો | Divyang News
કેશોદ : વહીવટી તંત્ર દ્વારા ધ્વજવંદન કાર્યક્રમનું કરાયું રિહર્સલ
કેશોદ : વહીવટી તંત્ર દ્વારા ધ્વજવંદન કાર્યક્રમનું કરાયું રિહર્સલ
দৰঙৰ খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰ ৩০খনৰ পৰা ৫০ বিচনাযুক্তলৈ উন্নীত কৰণ
ত্ৰিশখন বিচনাযুক্ত দৰঙৰ খাৰুপেটীয়া প্ৰাথমিক তথা সামূহিক স্বাস্থ্য কেন্দ্ৰটো দলগাওঁ সমষ্টিৰ বিধায়ক...
धारा 144 की अवहेलना या उल्लंघन किए जाने पर होगी कार्यवाही
टोंक। लोकसभा चुनाव-2024 के तहत 4 जून को मतगणना शांतिपूर्वक, स्वतंत्र, निष्पक्ष एवं सुव्यवस्थित...