অৰুনোদই আঁচনিৰ পুঁজি মুকলি কৰিব ১০অক্টোবৰত । আগতে পুঁজি মুকলি কৰিছিল ৮৩০টকাৰ পৰা ১০০০টকালৈ । এইবছৰ ১০অক্টোবৰত ১২৫০টকাকৈ দিব ।

১২৫০টকাকৈ দিয়াৰ অৰ্থ এইটোৱে যে ২৫০টকাকৈ এইবাৰ specialy পঠাব কাৰণ সেই ২৫০টকাকৈ পঠালে যাতে ৰাইজে লাইটৰ বিল তো সেই টকাৰে পৰিশোধ কৰিব পাৰে ।

এইবছৰে আৰু ৬লাখ লোকক অৰুনোদই আঁচনিৰ আওতালৈ আনিব । আজিৰে পৰা অৰুনোদই মাহ আৰম্ভ কৰিব ।

এই সকলো কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে সংবাদ মেল যোগে জনাই ।।।