মৰিগাঁৱৰ গেৰুৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ে ব্যতিক্ৰম ৰূপত উদযাপন কৰিলে স্বাধীনতাৰ অমৃত মহোৎসৱ। দুবছৰকৈ কৰণা মহামাৰীৰ পাছত স্বাধীনতাৰ অমৃত মহোৎসৱৰ সমান্তৰালকৈ দুদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়ত উদযাপিত হ'ল নৱাগতা আদৰণী সভা। ছাত্ৰ ছাত্ৰীৰ মাজত পাৰ ভগা উৎসাহ। গীত - নৃত্য - নাটৰ মেটমৰা অনুষ্ঠানে দুয়োটা দিন জীপাল কৰি তোলে। মৰিগাঁৱৰ জীয়ৰী তথা বৰ্তমান যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা কণ্ঠ শিল্পী ৰিচা ভৰদ্বাজৰ মনোজ্ঞ গীতে ছাত্ৰ ছাত্ৰী আৰু দৰ্শকক আপ্লুত কৰে। শিল্পী গৰাকীক কাষতে পাই ছাত্ৰ ছাত্ৰী সকলে হেপাহ পলুৱাই কৰণা কালৰ পাছত যেন প্ৰথম বাৰৰ বাবে সমুহীয়া আনন্দৰ পাৰ ভগা উছাহত আত্মহাৰা হল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોટાદ નગરપાલિકા હોલ ખાતે બોડી બિલ્ડિંગ સ્પર્ધા, ભાવનગર બોટાદ ના સ્પર્ધકોએ લીધો ભાગ...
બોટાદ નગરપાલિકા હોલ ખાતે બોડી બિલ્ડિંગ સ્પર્ધા, ભાવનગર બોટાદ ના સ્પર્ધકોએ લીધો ભાગ...
દેડયાપાડા DGVCL ઓફીસ નજીકથી મોટરસાઇકલ ચોરી કરી ને ગઠિયો થયો ફરાર : પોલીસે ગુનો નોંધી તપાસ હાથ ધરી
દેડયાપાડા DGVCL ઓફીસ નજીકથી મોટરસાઇકલ ચોરી કરી ને ગઠિયો થયો ફરાર : પોલીસે ગુનો નોંધી તપાસ હાથ ધરી...
જુનાગઢ ભવનાથ મહાશિવરાત્રિ માં ભોલેનાથ ના ભકતો નું ઘોડાપુર વર્ષ ૨૦૨૩ ની યાદગાર ક્ષણો.
જુનાગઢ ભવનાથ મહાશિવરાત્રિ માં ભોલેનાથ ના ભકતો નું ઘોડાપુર વર્ષ ૨૦૨૩ ની યાદગાર ક્ષણો.
India Swachha League ৰ লগত সংগতি ৰাখি তিনিচুকীয়া পৌৰসভাৰ স্বচ্ছতা অভিযান আৰু সজাগতা ৰেলী
শনিবাৰে পুৱা India Swachha League ৰ লগত সংগতি ৰাখি তিনিচুকীয়া পৌৰসভাৰ স্বচ্ছতা অভিযান আৰু সজাগতা...
Farmers Protest: सरकार और किसानों में क्या हुई बातचीत? कृषि मंत्री से जानें |Bharat Bandh | MSP News
Farmers Protest: सरकार और किसानों में क्या हुई बातचीत? कृषि मंत्री से जानें |Bharat Bandh | MSP News