মৰিগাঁৱৰ গেৰুৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ে ব্যতিক্ৰম ৰূপত উদযাপন কৰিলে স্বাধীনতাৰ অমৃত মহোৎসৱ। দুবছৰকৈ কৰণা মহামাৰীৰ পাছত স্বাধীনতাৰ অমৃত মহোৎসৱৰ সমান্তৰালকৈ দুদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়ত উদযাপিত হ'ল নৱাগতা আদৰণী সভা। ছাত্ৰ ছাত্ৰীৰ মাজত পাৰ ভগা উৎসাহ। গীত - নৃত্য - নাটৰ মেটমৰা অনুষ্ঠানে দুয়োটা দিন জীপাল কৰি তোলে। মৰিগাঁৱৰ জীয়ৰী তথা বৰ্তমান যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা কণ্ঠ শিল্পী ৰিচা ভৰদ্বাজৰ মনোজ্ঞ গীতে ছাত্ৰ ছাত্ৰী আৰু দৰ্শকক আপ্লুত কৰে। শিল্পী গৰাকীক কাষতে পাই ছাত্ৰ ছাত্ৰী সকলে হেপাহ পলুৱাই কৰণা কালৰ পাছত যেন প্ৰথম বাৰৰ বাবে সমুহীয়া আনন্দৰ পাৰ ভগা উছাহত আত্মহাৰা হল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કૃષિ બાગાયત વિકાસ કેન્દ્ર મણાર ખાતે સમુદ્રી શેવાળ ની ખેતી માટેનો કાર્યક્રમ યોજાયો
કૃષિ બાગાયત વિકાસ કેન્દ્ર મણાર ખાતે સમુદ્રી શેવાળ ની ખેતી માટેનો કાર્યક્રમ યોજાયો
सिखाए सशक्त अभिभावक बनने के गुर, इफेक्टिव पेरेंटिंग विषय पर कार्यशाला संपन्न
रोटरी क्लब कोटा ने इंटरैक्ट क्लब की ओर से सोमवार को "अभिभावक की सशक्त भूमिका " विषय पर कार्यशाला...
Kolkata Rape Murder Case: CM Mamata Banerjee से मिलने के लिए तैयार हुए प्रदर्शनकारी डॉक्टर | Aaj Tak
Kolkata Rape Murder Case: CM Mamata Banerjee से मिलने के लिए तैयार हुए प्रदर्शनकारी डॉक्टर | Aaj Tak
ઇકો ફ્રેન્ડલી ગણેશ જી નું આગમન થયુ
ઇકો ફ્રેન્ડલી ગણેશ જી નું આગમન થયુ
ખંભાળીયા તાલુકાના વિવિધ ગામોની મુલાકાત લેતા ઇસુદાન ગઢવી
ખંભાળીયા તાલુકાના વિવિધ ગામોની મુલાકાત લેતા ઇસુદાન ગઢવી