মাজুলীত জন্মাষ্টমীৰ উচাহ

মাজুলীৰ কমলাবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ কন কন ছাত্ৰছাত্ৰীৰ শিশু কৃষ্ণ ৰাধাৰ নৃত্যগীতত মুখৰিত মাজুলীৰ আকাশ ৷ 

এই সকল শিশুৰ নান্দনিক কেলি কৰাৰ দৃশ্যই আপ্লুত কৰিছে মাজুলী বাসীক ৷