ফটিকাছোৱাো নেপালী গাওঁৰ নামঘৰৰ বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰে

অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ ধনেৰে নিৰ্মীত ফটিকাছোৱাো নেপালী গাওঁৰ নামঘৰটি আজি বিয়লি শুভ উদ্বোধন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ৷