মাজুলীত বৰ্তমান অলিয়ে গলিয়ে সন্দেহজনক লোকৰ আহ-যাহ ৷ মাজুলীত নথি -পত্ৰ বিহিন বহুলোকে অব্যাহত ৰাখিছে চুলিৰ ব্যৱসায় , কাপোৰ , বাচন-বৰ্তন আৰু মাছৰ ব্যৱসায় ৷ কিন্তু বহু সময়ত এই ব্যৱসায়ী সকলেই মাজুলীৰ সহজ সৰল মানুহক ফুচুলাই অথবা অন্য অসৎ উপায়েৰে কু -কৰ্ম কৰি মহিলা , শিশু সৰবৰাহ কৰি আহিছে ৷ মাজুলীৰ ফুলনি , জেংৰাইমুখ , দক্ষিণপাট , নামনি মাজুলীৰ বহু স্থানত এই সন্দেহ জনক লোক সকলে বিবাহিত মহিলা সকলক ফুচুলাই পলোৱাই লৈ যোৱাৰ দৰে অনৈতিক কাণ্ড সংঘটিত কৰি আহিছে ৷ এই অচিনাক্ত , সন্দেহজনক লোক সকলক লৈ মাজুলীবাসীক সজাগ হোৱাৰ আহ্বান মাজুলী জিলা হিন্দু জাগৰণ মঞ্চৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
All-India Judicial Service के प्रस्ताव पर नहीं बन पा रही सहमति, कानून मंत्री ने संसद में बताई वजह
नई दिल्ली, देश के संसद में मानसून सत्र का आज (शुक्रवार) दूसरा दिन है। शुक्रवार को लोकसभा...
খোৱাঙৰ পুৰণা বাছ আস্থানৰ কদৰ্যময় পৰিৱেশক লৈ সচেতন ৰাইজৰ প্ৰতিক্ৰিয়া
খোৱাঙৰ পুৰণা বাছ আস্থানৰ কদৰ্যময় পৰিৱেশক লৈ সচেতন ৰাইজৰ প্ৰতিক্ৰিয়া
#GirSomanath | ગીર સોમનાથના દરિયા કાંઠેથી ઝડપાયો ચરસનો જથ્થો | Divyang News
#GirSomanath | ગીર સોમનાથના દરિયા કાંઠેથી ઝડપાયો ચરસનો જથ્થો
હિરાકોટ બંદર નજીકના સમુદ્ર...