প্ৰতিবাদ
মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড লখিমপুৰ জিলাৰ পথালিপাহাৰৰ নিবাসী প্ৰণৱ দত্তক যোৱা কালি লখিমপুৰ আৰক্ষীয়ে আটক কৰাৰ পাছতেই আজি পথালিপাহাৰত খেৰাজখাত সীমান্ত আঞ্চলিক ছাত্র সন্থাই আৰু হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে পৃথকে তীব্ৰ প্
