মাজুলীত বৰ্তমান অলিয়ে গলিয়ে সন্দেহজনক লোকৰ আহ-যাহ ৷ মাজুলীত নথি -পত্ৰ বিহিন বহুলোকে অব্যাহত ৰাখিছে চুলিৰ ব্যৱসায় , কাপোৰ , বাচন-বৰ্তন আৰু মাছৰ ব্যৱসায় ৷ কিন্তু বহু সময়ত এই ব্যৱসায়ী সকলেই মাজুলীৰ সহজ সৰল মানুহক ফুচুলাই অথবা অন্য অসৎ উপায়েৰে কু -কৰ্ম কৰি মহিলা , শিশু সৰবৰাহ কৰি আহিছে ৷ মাজুলীৰ ফুলনি , জেংৰাইমুখ , দক্ষিণপাট , নামনি মাজুলীৰ বহু স্থানত এই সন্দেহ জনক লোক সকলে বিবাহিত মহিলা সকলক ফুচুলাই পলোৱাই লৈ যোৱাৰ দৰে অনৈতিক কাণ্ড সংঘটিত কৰি আহিছে ৷ এই অচিনাক্ত , সন্দেহজনক লোক সকলক লৈ মাজুলীবাসীক সজাগ হোৱাৰ আহ্বান মাজুলী জিলা হিন্দু জাগৰণ মঞ্চৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गोवा के क्लब में गलत हरकत करने पर IPS ऑफिसर हुआ था सस्पेंड, अब 11 महीने बाद राष्ट्रपति मुर्मु ने रद्द किया निलंबन
IPS officer A Koan Suspended: गोवा में एक महिला टूरिस्ट के साथ कथित रूप से दुर्व्यवहार...
इन 5 तरीकों से कार की बैटरी का करें रखरखाव, धक्का लगाने की नहीं आएगी नौबत
Car Battery Care Tips ठंड का मौसम आ गया है। इस मौसम में सुबह के समय कार को स्टार्ट करने में लोगों...
#aashanewsgujarati ડભોઇ તાલુકાના AAP ના ઉમેદવાર દ્વારા સરકાર સમારંભ કાર્યક્રમ
#aashanewsgujarati ડભોઇ તાલુકાના AAP ના ઉમેદવાર દ્વારા સરકાર સમારંભ કાર્યક્રમ
मध्य प्रदेश के पूर्व मुख्यमंत्री एवं प्रदेश अध्यक्ष श्री कमलनाथ जीने विश्व बंजारा दिवस की शुभकामनाएं दी
*आज विश्व बंजारा दिवस पर सभी भाई बहनों को हार्दिक शुभकामनाएँ।*
बंजारा समाज की अद्वितीय...