বকোৰ কলহীকাষত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী টাটা মেজিকৰ খুন্দাত এজন পথচাৰী নিহত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।
নিহত লোকজন ছয়গাঁও মহিমাৰীৰ আয়নাল হক (৫৫) বুলি চিনাক্ত কৰা হৈছে।
বকো চিকিৎসালয়লৈ অনাৰ পথত নিহত হয় আয়নাল হক।