ডিব্ৰুগড়ৰ ফুলবাগানত আজি বিজেপি নেত্ৰী আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীক ৰাজহুৱাকৈ অপমান কৰাৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ অসম (টাইপা) ৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু মৰাণ আৰু নাহৰকটীয়া মহকুমাৰ সহযোগত এক বিক্ষোভ কাৰ্যসূচী কৰে। এই বিক্ষোভ কাৰ্যসূচীত বিক্ষোভ কাৰ্যসূচীত আঙুৰলতা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ। লগতে বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও স্পষ্ট কৰি দিছে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भाजपा महिला मोर्चा ने महिला डॉक्टर की हत्या के आरोपियों को गिरफ्तार करने की मांग को लेकर निकाला कैंडल मार्च
बूंदी । पश्चिम बंगाल में महिला डॉक्टर के साथ दुष्कर्म के बाद उसकी हत्या करने के विरोध में संपूर्ण...
সোণাৰিত সম্ভাব্য যক্ষ্মা ৰোগী চিনাক্তকৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ
সোণাৰিত সম্ভাব্য যক্ষ্মা ৰোগী চিনাক্তকৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ
કોંગ્રેસની યુવા પરિવર્તન યાત્રાનો પ્રારંભ
#buletinindia #gujarat #dahod
Kynrem Falls in Sohra Meghalaya|| Cherrapunji
Kynrem Falls || Sohra|| Meghalaya
સુરેન્દ્રનગર વઢવાણ ઉપાસના સર્કલથી ભક્તિનંદન સર્કલ જવાના રસ્તે 10ફૂટનો ભૂવો પડીયો| Surendranagar News
સુરેન્દ્રનગર વઢવાણ ઉપાસના સર્કલથી ભક્તિનંદન સર્કલ જવાના રસ્તે 10ફૂટનો ભૂવો પડીયો