দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী হাতত ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খণ্ড অভিযান পৰিচালক শাখা ঢকুৱাখনা উন্নয়ন খণ্ডৰ উদ্যোগত বিভিন্ন স্থানত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তদুপলক্ষে গোবিন্দপুৰ চাৰিআলিত ত্ৰিবেণী মণ্ডল সংগঠনৰ ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। মহিলা সংগঠনটোৱে কেৱল মাত্ৰ ৩০ ৰ পৰা ৫০ টকা বিনিময়ত ত্ৰিৰংগা সমূহ বিক্ৰী কৰা সিধান্ত লৈছে যাতে সকলোৱে যাতে ঘৰে ঘৰে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে। ইপিনে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ অভিযানৰ জৰিয়তে আমাৰ বান্ধোন অধিক শক্তিশালী কৰি ১৩ ৰ পৰা ১৫ আগষ্টলৈকে ঘৰত ত্ৰিৰংগা উত্তোলন যাতে কৰিব পাৰি সেই উদ্দেশ্য উন্নয়ন খণ্ডটোৰ বহুকেইটা স্থানত এই ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় ৷ এই কাৰ্যসূচীত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সকলৰ লগতে উপস্থিত থাকে পঞ্চায়তৰ সদস্য, সদস্যা আৰু বিষয়া-কৰ্মচাৰী সকলৰ লগতে স্থানীয় ৰাইজ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिले में टीमों द्वारा एन्टी लार्वा गतिविधियों का आयोजन आमजन मौसमी बीमारियों के प्रति हो जागरूक -सीएमएचओ
बालोतरा, 11 अक्टूबर। जिला कार्यक्रम अधिकारी विजय सिंह ने बताया कि मौसमी बीमारियो और डेंगू रोकथाम...
रोज की भागदौड़ और जिम्मेदारियां बना रही हैं Anxiety का शिकार, तो इन तरीकों से महिलाएं करें इसे मैनेज
महिलाओं को बायोलॉजी और हार्मोनल असंतुलन के कारण डिप्रेशन होता है। पीरियड्स का आना, प्रेग्नेंसी के...
સુરત શહેરનાં આગણે રાજ સીલાઈ મશીન લાવ્યું છે ધમાકેદાર ઓફર તો આજેજ મુલાકાત લો
સુરત શહેરનાં આગણે રાજ સીલાઈ મશીન લાવ્યું છે ધમાકેદાર ઓફર તો આજેજ મુલાકાત લો
Washington DC में आज मिलेंगे S Jaishankar और Antony Blinken, Canada के मुद्दे पर हो सकती है बात!
Washington DC में आज मिलेंगे S Jaishankar और Antony Blinken, Canada के मुद्दे पर हो सकती है बात!
Market Top 10 News Today: इन खबरों से आज बाजार में देखने को मिल सकती है तेजी या मंदी | Business News
Market Top 10 News Today: इन खबरों से आज बाजार में देखने को मिल सकती है तेजी या मंदी | Business News