দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী হাতত ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খণ্ড অভিযান পৰিচালক শাখা ঢকুৱাখনা উন্নয়ন খণ্ডৰ উদ্যোগত বিভিন্ন স্থানত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তদুপলক্ষে গোবিন্দপুৰ চাৰিআলিত ত্ৰিবেণী মণ্ডল সংগঠনৰ ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। মহিলা সংগঠনটোৱে কেৱল মাত্ৰ ৩০ ৰ পৰা ৫০ টকা বিনিময়ত ত্ৰিৰংগা সমূহ বিক্ৰী কৰা সিধান্ত লৈছে যাতে সকলোৱে যাতে ঘৰে ঘৰে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে। ইপিনে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ অভিযানৰ জৰিয়তে আমাৰ বান্ধোন অধিক শক্তিশালী কৰি ১৩ ৰ পৰা ১৫ আগষ্টলৈকে ঘৰত ত্ৰিৰংগা উত্তোলন যাতে কৰিব পাৰি সেই উদ্দেশ্য উন্নয়ন খণ্ডটোৰ বহুকেইটা স্থানত এই ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় ৷ এই কাৰ্যসূচীত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সকলৰ লগতে উপস্থিত থাকে পঞ্চায়তৰ সদস্য, সদস্যা আৰু বিষয়া-কৰ্মচাৰী সকলৰ লগতে স্থানীয় ৰাইজ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मौजे फळा येथे ग्रामपंचायतच्या वतीने ज्येष्ठ नागरिक दिन साजरा
पालम तालुक्यातील मोजे फळा येथे दिनांक १ ऑक्टोंबर 2022 रोजी ज्येष्ठ नागरिक दिनानिमित्त...
परिसम्पत्तियों के मरम्मत कार्य शीघ्र पूर्ण करे—जिला कलक्टर
जिले में प्राकृतिक आपदा बाढ़ से क्षतिग्रस्त परिसम्पत्तियों के मरम्मत के लिए एसडीआरएफ नॉर्म्स...
The Gujju Talk Show | Saatam Aatham |Nadeem Wadhwania |Shital S |Denisha Ghumra | Parikshit Tamaliya
The Gujju Talk Show | Saatam Aatham |Nadeem Wadhwania |Shital S |Denisha Ghumra | Parikshit Tamaliya
राणा दाम्पत्याकडून भव्य दहीहंडीचा आयोजन सिनेअभिनेता गोविंद थिरकला
अमरावतीच्या खासदार नवनीत राणा आणि त्यांचे पती बडनेराचे आमदार रवी राणा यांनी अमरावतीत...