কাজিৰঙাত বন বিভাগৰ অভিযানত আটক গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ী।আটকাধীন লোককেইজন ক্ৰমে ৰংৱংবেৰ মোহন তেৰাং, কুঠৰীৰ বাঘমাৰীৰ বাহাৰুল ইছলাম আৰু ইমান আলী।যোৱা ১৫ আগষ্টৰ নিশা কলিয়াবৰৰ বান্দৰদুবীৰ পৰা আটক কৰা হয় ইমান আলীক। ইমান আলীৰ স্বীকোৰোক্তিৰ ভিত্তিতেই পৰৱৰ্তী সময়ত আটক কৰা হয় আন দুই চোৰাং ব্যৱসায়ীক।উল্লেখ্যে যে তিনিমাহ পূৰ্বে বান্দৰদুবীৰ এক এলেকাৰ পৰা খৰি আনিবলৈ যাওতে গঁড়ৰ খৰ্গটো উদ্ধাৰ কৰি বিক্ৰী কৰাৰ তথ্য লাভ কৰে বন বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत ने मालदीव के लिए दिखाई दरियादिली, 50 मिलियन अमेरिकी डॉलर के ट्रेजरी बिल को बढ़ाया आगे
मालदीव में भारतीय हाई कमीशन ने गुरुवार को बड़ी घोषणा की है. भारत ने मालदीव की मुइज्जु सरकार के...
બાળકો ની તસ્કરી કરી સપ્લાય કરતી ગેંગ ઝડપાઇ
બાળકો ની તસ્કરી કરી સપ્લાય કરતી ગેંગ ઝડપાઇ
PGVCL ના અધિકારીઓ અને કર્મચારીઓના કારણે વિજ ધાંધીયાઓ અવરિત શરૂ
PGVCL ના અધિકારીઓ અને કર્મચારીઓના કારણે વિજ ધાંધીયાઓ અવરિત શરૂ
UGC ने जारी की Fake Universities and Institutions List, छात्रों को किया आगाह | #UGC #Fake #Universities
UGC ने जारी की Fake Universities and Institutions List, छात्रों को किया आगाह #UGC #List...