শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত কৰা শোণিতপুৰ জিলা আন্তঃবিদ্যালয় বকচিং প্ৰতিযোগিতা ১৪ পৰা ১৭ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যোৱা ১৭ আগষ্ট, ২০২২ ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰায় ১১০ জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। স্থানীয় হজৰাপাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতেন বৰা আৰু শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধিং এক্মপ্ৰেছ হিমা দাসৰ দৌৰ টিভি পৰ্দাত উৎকন্ঠাৰে উপভোগ কৰিলে হিমাৰ পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই
ধিং এক্মপ্ৰেছ হিমা দাসৰ দৌৰ টিভি পৰ্দাত উৎকন্ঠাৰে উপভোগ কৰিলে হিমাৰ পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই।
दिल्ली-NCR में हवा की गुणवत्ता 'बहुत खराब', कई जगहों पर AQI 400 के पार
दिल्ली-एनसीआर में हवा की गुणवत्ता 'बहुत खराब' श्रेणी में है। वायु गुणवत्ता सूचकांक (AQI) 392 पर...
ৰাজ্যত পুনৰ সংঘটিত সংবাদিকক আক্ৰমণৰ ঘটনা। তীব্ৰ ভাষাৰে গৰিহণা জাৰ্ণেলিষ্ট ইউনিয়নৰ।
ৰাজ্যত পুনৰ সংঘটিত সংবাদিকক আক্ৰমণৰ ঘটনা। তীব্ৰ ভাষাৰে গৰিহণা জাৰ্ণেলিষ্ট ইউনিয়নৰ।
...
বিহু নৃত্য প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ গঢ়া গোলাঘাট জিলাৰ ১০০৮ গৰাকী শিল্পীক বিহু নৃত্যৰ প্ৰমাণ পত্ৰ আৰু ২৫,০০০ টকাকৈ মাননি প্ৰদান কৰে মন্ত্ৰী অজন্তা নেওগে।
বিহু নৃত্য প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ গঢ়া গোলাঘাট জিলাৰ ১০০৮ গৰাকী শিল্পীক বিহু নৃত্যৰ প্ৰমাণ পত্ৰ...
'शक्तिमान' का ये पॉपुलर एक्टर काम के लिए दर-दर भटकने को मजबूर, 49 साल की उम्र में रोजी-रोटी हुई मुश्किल
Shaktimaan Actor K K Goswami Reveals He Is Getting No Work: अपनी कद-काठी के लिए अलग पहचान पाने...