শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত কৰা শোণিতপুৰ জিলা আন্তঃবিদ্যালয় বকচিং প্ৰতিযোগিতা ১৪ পৰা ১৭ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যোৱা ১৭ আগষ্ট, ২০২২ ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰায় ১১০ জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। স্থানীয় হজৰাপাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতেন বৰা আৰু শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Toyota की बिक्री में हुई 32 फीसदी की बढ़ोतरी, April 2024 में कंपनी ने बेची 20494 गाड़ियां
भारत में हैचबैक एसयूवी और एमपीवी और लग्जरी एमपीवी सेगमेंट में Toyota कई बेहतरीन कारों एसयूवी...
ৰাজ্যত দূৰ্গা পূজা ৰ উখল- মাখল পৰিৱেশ: শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ শংকৰ উৎসৱ
শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ শংকৰ উৎসৱ অনুষ্ঠিত ...
जयपुर में ई-रिक्शा से ट्रैफिक जाम से मिलेगी निजात:कलर-कोड सिस्टम लागू
जयपुर शहर में अब ई-रिक्शा के लिए कलर-कोड सिस्टम लागू किया गया है। कलेक्टर प्रकाश राजपुरोहित ने 6...
વિજપડી જીવદયા ગૃપ દ્વારા લમ્પી રોગને ડામવા માટે રસીકરણ કરવામાં આવ્યું હતું
ગઈ કાલે સાંજના સમયે વિજપડી જીવદયા ગૃપ વિજપડી દ્વારા લમ્પી રોગને ડામવા માટે રસીકરણ કરવામાં આવ્યું...