শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত কৰা শোণিতপুৰ জিলা আন্তঃবিদ্যালয় বকচিং প্ৰতিযোগিতা ১৪ পৰা ১৭ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যোৱা ১৭ আগষ্ট, ২০২২ ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰায় ১১০ জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। স্থানীয় হজৰাপাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতেন বৰা আৰু শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মন্ত্ৰী পীযূষ হাজৰিকাৰ ধমক! কিন্তু কাক
৪টা ৰুমত ৬০টা ল'ৰা আছে। নিচামুক্তি কেন্দ্ৰক শেষ সুযোগ দিলে মন্ত্ৰী পীযূষ হাজৰিকাই।কিন্তু কাক
Vodafone idea Tariff Hike: जियो और एयरटेल के बाद VI ने भी बढ़ाए दाम, 20% तक महंगे हुए रिचार्ज प्लान
रिलायंस जियो और एयरटेल के बाद अब वोडाफोन-आइडिया ने अपने प्रीपेड प्लान की दरें बढ़ा दी हैं। कंपनी...
कोटा एयरपोर्ट का नाम हो राव सूरजमल के नाम पर - वंशवर्धन
कोटा एयरपोर्ट का नाम हो राव सूरजमल के नाम पर - वंशवर्धनबूंदी। बूंदी रियासत के 9 वें शासक राव...
উচ্ছেদৰ বিৰুদ্ধে গোৰেশ্বৰত ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান
উচ্ছেদৰ বিৰুদ্ধে গোৰেশ্বৰত ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান
शहीद जवानाच्या मदतीला धावले आंबेगावकर
माजलगाव जि. बीड येथील धरणात सकाळी पोहायला गेलेले डाॕ. फपाळ यांचा पोहताना बुडुन मृत्यु झाला होता....