সোণাৰিত ICICI বেংকৰ কাৰ্য্যালয় মুকলি

সোণাৰিৰ ভজো চাৰিআলিত ICICI বেংকৰ সোণাৰি শাখা মুকলি।সোণাৰিত শাখাৰ শুভ উদ্বোধন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই।