ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰী চাহ বাগিচাৰ ৫ নম্বৰ লাইনত তিনি সন্তানৰ পিতৃয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । স্থানীয় লোকৰ পৰা তথ্য পোৱাৰ পিছত, মৰাণ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। তিনি সন্তানৰ পিতৃ বীৰবল সুন্দীয়ে কি কাৰনে আত্মহত্যাৰ কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ৩২ বছৰীয়া বীৰবল সুন্দি এজন শ্ৰমিক আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગૌસુલ આલમીન બ્હાઉદીન પીર : લાઠી શહેરમાં છઠ્ઠી શરીફ ઉજવવામાં આવેલ
ગૌસુલ આલમીન બ્હાઉદીન પીર : લાઠી શહેરમાં છઠ્ઠી શરીફ ઉજવવામાં આવેલ
झालावाड़ /- जिला स्तरीय नार्को कोर्डिनेटर सेंटर की बैठक आयोजित
झालावाड़ 30 जुलाई को जिला स्तरीय नार्को कोर्डिनेशन सेन्टर की बैठक मंगलवार को जिला कलक्टर अजय सिंह...
ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰত ১০০ঘন্টিয়া সহ যোগ শিক্ষক প্ৰশিক্ষণ আৰম্ভ।
২০১৬বৰ্ষত স্থাপিত ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰত আজিৰ পৰা ১০০ ঘন্টিয়া সহ যোগ শিক্ষক প্ৰশিক্ষণ ৰ...
રાધનપુર ખાતે તલાટી કમ મંત્રી એસોસિયેશન દ્વારા આવેદનપત્ર | SatyaNirbhay News Channel
રાધનપુર ખાતે તલાટી કમ મંત્રી એસોસિયેશન દ્વારા આવેદનપત્ર | SatyaNirbhay News Channel
રામવાસ પાલડી ગામ ખાતે મીટીંગનું યોજવામાં આવી હતી
રામવાસ પાલડી ગામ ખાતે મીટીંગનું યોજવામાં આવી હતી