ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰী চাহ বাগিচাৰ ৫ নম্বৰ লাইনত তিনি সন্তানৰ পিতৃয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । স্থানীয় লোকৰ পৰা তথ্য পোৱাৰ পিছত, মৰাণ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। তিনি সন্তানৰ পিতৃ বীৰবল সুন্দীয়ে কি কাৰনে আত্মহত্যাৰ কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ৩২ বছৰীয়া বীৰবল সুন্দি এজন শ্ৰমিক আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गर्भवती महिलाओं को वितरित किए सुपोषित किट
गर्भवती महिलाओं को वितरित किए सुपोषित किटबून्दी। लोकसभा अध्यक्ष ओम बिरला की पहल पर चलाए जा रहे...
Budget के बाद इस स्टॉक में तेजी, क्या करें निवेशक?
Budget के बाद इस स्टॉक में तेजी, क्या करें निवेशक?
AAP has pushed Punjab to the brink, economy collapsing, gangsters ruling : Chugh
BJP national general secretary Tarun Chugh today said that the Bhagwant Mann led AAP government...
UPI Lite: UPI यूजर्स के लिए गुड न्यूज, लाइट वॉलेट में अपने आप आ जाएंगे पैसे! | RBI | Aaj Tak
UPI Lite: UPI यूजर्स के लिए गुड न्यूज, लाइट वॉलेट में अपने आप आ जाएंगे पैसे! | RBI | Aaj Tak