অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰবস্থাৰ বাবেই দেশৰ আগশাৰীৰ চিত্ৰশিল্পী দুৰ্ঘটনাগ্ৰস্ত। ডিব্ৰুগড় জিলাৰ মৰাণত চিত্ৰকলা জগতৰ আগশাৰীৰ চিত্ৰশিল্পী ৰবীন বৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। নিজা প্ৰজেক্টৰ কামত মৰানৰ ৰাষ্ট্ৰীয় ঘাইপথেদি এখন স্কুটিলৈ আহি থকাৰ অৱস্থাতে এই ঘটনাৰ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান বিশিষ্ট চিত্ৰশিল্পীগৰাকী ডিব্ৰুগড় চহৰৰ সঞ্জীৱনী হস্পিতালত ২১১নম্বৰৰ কোঠাত চিকিৎসাধীন হৈ আছে। মূৰৰ লগতে শৰীৰৰ কেইবাটাও অংশত আঘাতপ্ৰাপ্ত হৈছে চিত্ৰশিল্পীগৰাকী। চিত্ৰশিল্পীগৰাকী আশু আৰোগ্য কামনা কৰিছে অসমৰ চিত্ৰশিল্প সমাজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાતનું કાપડ માર્કેટ ધીમે ધીમે ડાઉન સુરતના 500 અને અમદાવાદના 150 પ્રોસેસિંગ હાઉસને કોઈ નવા ઓર્ડર જ નથી
ગુજરાતનું કાપડ માર્કેટ ધીમે ધીમે ડાઉન સુરતના 500 અને અમદાવાદના 150 પ્રોસેસિંગ હાઉસને કોઈ નવા...
सावरकर पर सोनिया गांधी-राहुल गांधी से मिल संजय राउत, बोले- महाराष्ट्र के साथ ही देश में भी एकजुट विपक्ष
शिवसेना (उद्धव ठाकरे गुट) के नेता संजय राउत ने कांग्रेस के पूर्व अध्यक्षों सोनिया गांधी और राहुल...
নলবাৰী চহৰত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিজেপিৰ মাহেকীয়া বাৰ্তালোচনী “বিজেপি বাৰ্তা” উন্মোচন।
নলবাৰী চহৰত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিজেপিৰ মাহেকীয়া বাৰ্তালোচনী “বিজেপি...
খাৰুপেটীয়া পুৰাতন বজাৰ দুৰ্গা পূজা সমিতি ৰ বৌদ্ধ মন্দিৰ
খাৰুপেটীয়া পুৰাতন বজাৰ দুৰ্গা পূজা সমিতি ৰ বৌদ্ধ মন্দিৰ