অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে নাৰায়ণপুৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লবলৈ নাৰায়ণপুৰস্থিত আদৰণি সমিতিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় লখিমপুৰ প্ৰেছ ক্লাবৰ এটা সাংবাদিকৰ দল ৷ আদৰণি সমিতিৰ আৰু উপ-সমিতিৰ একাংশ বিষয়ববীয়াৰ পৰা অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় ৷ সাংবাদিকৰ দলটোত প্ৰেছ ক্লাবটোৰ সভাপতি কুমুদ বৰুৱা , সম্পাদক কৰুনাকৃষ্ণ নাথ , জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱা , কুমুদ শইকীয়া আৰু দীপেন বৰা উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বলীউদৰ অভিনেতা ছলমান খানে লাভ কৰিলে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ
বলীউডৰ অভিনেতা ছলমান খানে শেহতীয়াকৈ লাভ কৰা ভাবুকি পত্ৰৰ পাছতেই আত্মৰক্ষাৰ বাবে অস্ত্ৰৰ...
જસદણ થી ઘેલા સોમનાથ સુધીનો ૧૮ કિમીનો રસ્તો અતિ બિસ્માર
જસદણ થી ઘેલા સોમનાથ સુધીનો ૧૮ કિમીનો રસ્તો અતિ બિસ્માર
Mahindra की Electric Car प्रोडक्शन को लेकर मेगा प्लानिंग! 12 हजार करोड़ रुपये का निवेश करेगी कंपनी
Mahindra Mahindra ने गुरुवार को कहा कि वह अपनी इलेक्ट्रिक वाहन यूनिट में 120 बिलियन रुपये (1.44...
মিছন বসুন্ধৰা ২.০ সেৱা সমূহ কিদৰে কাৰ্যক্ৰম কৰিব
আঁচনিৰ অধীনত উপলব্ধ সেৱাসমূহৰ বিষয়ে জনসজাগতা বৃদ্ধিৰ বাবে সোণাৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিশেষ...