াৰাজ্য খনৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সকলো চাহবাগিছাৰ শ্ৰমিকক প্ৰতি বছৰে দূৰ্গাপূজাৰ পূৰ্বে বোনাচ দিয়াৰ পৰম্পৰা চলি আহিছে।এই পৰম্পৰাঅক্ষুন্ন ৰাখিবৰ বাবেঅসম চাহমজদুৰ সঙ্ঘই চাহবাগিছাৰ মালিক সকলৰ লগতে এবিটা এটিপিএ বিচিপি।টাইআৰু নেটালৈ দাবী জনাই পত্ৰ প্ৰেৰণ কৰিছেবুলি মৰান শাখা চাহমজদুৰ সঙ্ঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে প্ৰেছবিজ্ঞপ্তি যোগে জনাইছে। কেন্দ্ৰীয় সঙ্ঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু সম্পাদক ৰূপেশ গোৱালা ৰ স্বাক্ষৰ সম্বলিত প ত্ৰখনত উল্লেখ থকামতে বয়-বস্তুৰ মূল্য বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই দাবী জনাইছে। বোনাচ চাহ বাগিছাত সৃষ্টি হোৱা কাজিয়া মাদক দ্ৰব্য প্ৰচলন আদি কেইবাটাও গুৰুত্ব পূৰ্ণ সমস্যা সমাধানৰ কাৰণে অহা।২৪ আগষ্টত মৰানচাহ মজদুৰ সঙ্ঘৰ কাৰ্য্যালয়ত এখন জৰুৰী সভা আহ্বান কৰাহৈছে বুলি বিবৃত্তিটোত উল্লেখ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાભર થી દેવ કાપડી ખત્રી સમાજ દ્વારા પદયાત્રા યોજાઈ
ભાભર થી દેવ કાપડી ખત્રી સમાજ દ્વારા પદયાત્રા યોજાઈ
डेयरी में पहुंचा अजगर, दस फीट लंबा अजगर देख हडकंप मचा, किया रेस्क्यू
कोटा सरस डेयरी प्लांट में एक अजगर नजर आने के बाद हडकंप मच गया। अजगर देख मौके पर लोग ड़र गए।...
Israel Hamas War: इसराइल-फ़लस्तीनी संघर्ष पर वहां के मीडिया में क्या छपा (BBC Hindi)
Israel Hamas War: इसराइल-फ़लस्तीनी संघर्ष पर वहां के मीडिया में क्या छपा (BBC Hindi)
जबलपुर हॉस्पिटल अग्निकांड के बाद निजी हॉस्पिटलो पर अब तक कि सबसे बड़ी कार्यवाई देखने को मिली
जबलपुर हॉस्पिटल अग्निकांड के बाद निजी हॉस्पिटलो पर अब तक कि सबसे बड़ी कार्यवाई देखने को मिली
શહેરના જાગનાથ ભાગોળ ખાતે આમ આદમી પાર્ટી દ્વારા ગેરંટી કાર્ડનું કરાયું વિતરણ.
આજરોજ ઉમરેઠ શહેરના જાગનાથ ભાગોળ ખાતે આવેલ રાવળીયા ચકલા ખાતે આમ આદમી પાર્ટી દ્વારા અરવિંદ...