ৰহা আঞ্চলিক শিল্পী কানন,সমাজ, সাংস্কৃতিক অনুষ্ঠান ভূমি আৰু মা বসুন্ধৰী শাখা নাট্য সন্মিলনৰ যৌথ উদ্যোগত আজি সন্ধ্যা ৬বজাত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্য্যালয়ত ৰহা আঞ্চলিক শিল্পী কাননৰ উপ সভাপতি ৰাতুল ৰাজবংশীয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সামজ, সাংস্কৃতিক অনুষ্ঠান ভূমিৰ উপদেষ্টা দিগন্ত ভূঞা আৰু অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক সন্তৰাম দাসে সদ্য প্ৰয়াত ৰজত কমল বঁটা প্ৰাপক, বিশিষ্ট নাট্যকাৰ,অভিনেতা অৰুপ বৰঠাকুৰৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত ৰহা আঞ্চলিক শিল্পী কানন ৰ সম্পাদক ভাস্কৰ পাতৰ, কাৰ্য্যকৰী সভাপতি পংকজ বৰদলৈ, সাংগঠনিক সম্পাদক ইন্দ্ৰ মোহন দাস,প্ৰচাৰ সম্পাদক চয়েল খেতান, সহ প্ৰচাৰ সম্পাদক নৱজ্যোতি ভূঞা,সমাজ সাংস্কৃতিক অনুষ্ঠান ভূমিৰ সম্পাদক সঞ্জীৱ কুমাৰ বৰাই প্ৰয়াত অৰুপ বৰঠাকুৰ ক শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে বিদেহী আত্মা চিৰ শান্তি ৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।লগতে অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক সন্তৰাম দাস আৰু সমাজ সাংস্কৃতিক অনুষ্ঠান ভূমিৰ সম্পাদক সঞ্জীৱ কুমাৰ বৰাই বিশিষ্ট নাট্যকাৰ অৰুপ বৰঠাকুৰৰ সমাজ,নাট্য আৰু সাংস্কৃতিক ক্ষেত্ৰত দি যোৱা অবদানৰ ওপৰত বক্তব্য আগবঢ়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા : સગીરા સાથે દુષ્કર્મ આચર્યું...
ડીસા : સગીરા સાથે દુષ્કર્મ આચર્યું...
পথালিপাহাৰত পশুপালন প্ৰশিক্ষণ কেন্দ্ৰ উদ্ধোধন মন্ত্ৰী ৰঞ্জিত দাসৰ
নাৰায়ণপুৰ উন্নয়ণ খন্ডৰ অন্তৰ্গত পথালিপাহাৰ গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় ৰুৰবান মিচনৰ অধীনত...
BGMI 3.5 Update Roll Out Date: Krafton ने बीजीएमआई अपडेट का किया एलान, नए फीचर के साथ मिलेंगे खतरनाक हथियार
क्राफ्टन ने पॉपुलर बैटलरोयाल गेम बीजीएमआई के नए अपडेट रिलीज डेटा का एलान कर दिया है। BGMI 3.5...
प्रधानमंत्री मोदी के साथ लाल किले पर मौजूद होंगे 6000 खास मेहमान
प्रधानमंत्री नरेंद्र मोदी बृहस्पतिवार को राजधानी के ऐतिहासिक लाल किले से 78 वें स्वतंत्रता दिवस...
দিল্লীৰ গণতন্ত্ৰ দিৱসত জিলিকিল গড়গাওঁ কলেজৰ অধ্যাপিকা ড০ ৰিমঝিম বৰা
দেশে উলহমালহেৰে উদ্যাপন কৰিলে ৭৫ তম্ গণতন্ত্ৰ দিৱস ৷ দিল্লীৰ গণতন্ত্ৰ দিৱসত এইবাৰ...