বিজেপী নেত্ৰী আঙুৰলতা ডেকাৰ শেহতীয়া এটা মন্তব্যই তোলপাৰ লগাইছে সামাজিক মাধ্যমত । 

বিজেপী নেত্ৰী আঙুৰলতা ডেকাই মাজে সময়ে এনে কিছু মন্তব্য দি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি থাকে । 

এইবাৰ নেত্ৰী গৰাকীয়ে কয় যে " কোনে কাৰ সৈতে প্ৰেমত কৰিছে সেয়া মুক্ত হৈ আলোচনা কৰিব পৰা পৰিবেশ এটা গঢ়িম " আঙুৰলতা ডেকাৰ এই নতুন মন্তব্য ভাইৰেল এটিয়া সামাজিক মাধ্যম ।