ৰহা সৰাগাঁও নিবাসী সাহিত্যিক, লেখক,কবি,শিক্ষক লক্ষী প্ৰসাদ ডেকা ৰ নাম NEBCUS ৰ ৰাষ্ট্ৰীয় সাহিত্য শিৰোমনি সম্মন বঁটা ২০২৫ৰ বাবে বাচনি হৈছে।

    অহা ১চেপ্তেম্বত জ্যোতি চিত্ৰবন ত NEBCUSৰ উদ্যোগত অনুষ্ঠিত হব লগা নবম বাৰ্ষিক সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত লক্ষী প্ৰসাদ ডেকা ক সাহিত্য শিৰোমনি সম্মান বঁটা ২০২৫প্ৰদান কৰা হব।