হোজাইত মন্ত্ৰী পিয়ুষ হাজৰিকা। বৃহস্পতিবাৰে বিয়লি হোজাইত উপস্থিত হোৱা মন্ত্ৰী পিয়ুষ হাজৰিকাই থেপেলাগুৰি অঞ্চলৰ নিৰ্মীয়মান মথাউৰিৰ কৰে পৰিদৰ্শন। বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে বিধায়ক ৰামকৃষ্ণ ঘোষ, বিধায়ক জিতু গোস্বামীক লৈ কৰে মঠাউৰিৰ পৰিদৰ্শন। উক্ত মঠাউৰিৰ কাম সম্পূৰ্ণ বুলি মন্তব্য কৰাৰ লগতে বাকী কিছু অংশ বাৰিষাৰ পিছত আৰম্ভ হব বুলি কৰিছে মন্তব্য। ইপিনে ৰাইকটা অঞ্চলত মঠাউৰি নিৰ্মাণত দুৰ্নীতি হোৱা সন্দৰ্ভত মন্ত্ৰীক অৱগত কৰে ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel-Palestine Conflict Updates: ‘हम युद्ध में उतर चुके हैं’, Israel के PM का बड़ा बयान | Attack
Israel-Palestine Conflict Updates: ‘हम युद्ध में उतर चुके हैं’, Israel के PM का बड़ा...
હાઇવે પર એક કારને બચાવવા જતા કન્ટેનરવાળી ટ્રકે 4 કાર અને 15 બાઇકને ચગદી કાઢ્યા
હાઇવે પર એક કારને બચાવવા જતા કન્ટેનરવાળી ટ્રકે 4 કાર અને 15 બાઇકને ચગદી કાઢ્યા
ટ્રેલરે 19 વાહનો...
खाटू श्यामजी में सड़कों पर उतरे लोग, पूरा बाजार बंद; भजनलाल सरकार के खिलाफ खोला मोर्चा,जानिए क्या है मामला
खाटूधाम में 100 करोड़ की लागत से कॉरिडोर बनने से पहले ही व्यापारी संगठनों ने भजनलाल सरकार के...
वीर सावरकर के पोते ने राहुल गांधी को दी माफी मांगने वाले दस्तावेज दिखाने की चुनौती
मुंबई, वीर सावरकर के पोते रंजीत सावरकर ने सोमवार को राहुल गांधी की टिप्पणियों के लिए...