হোজাইত মন্ত্ৰী পিয়ুষ হাজৰিকা। বৃহস্পতিবাৰে বিয়লি হোজাইত উপস্থিত হোৱা মন্ত্ৰী পিয়ুষ হাজৰিকাই থেপেলাগুৰি অঞ্চলৰ নিৰ্মীয়মান মথাউৰিৰ কৰে পৰিদৰ্শন। বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে বিধায়ক ৰামকৃষ্ণ ঘোষ, বিধায়ক জিতু গোস্বামীক লৈ কৰে মঠাউৰিৰ পৰিদৰ্শন। উক্ত মঠাউৰিৰ কাম সম্পূৰ্ণ বুলি মন্তব্য কৰাৰ লগতে বাকী কিছু অংশ বাৰিষাৰ পিছত আৰম্ভ হব বুলি কৰিছে মন্তব্য। ইপিনে ৰাইকটা অঞ্চলত মঠাউৰি নিৰ্মাণত দুৰ্নীতি হোৱা সন্দৰ্ভত মন্ত্ৰীক অৱগত কৰে ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ટ્રાફિકથી ધમધમતા ભદ્રકાળી pgvcl કચેરી નજીક ફાટક ક્યારેક મોતનુ કારણબનશે ૨ એમ્બ્યુલન્સ ટ્રાફિકમા ફસાઈ
ટ્રાફિકથી ધમધમતા ભદ્રકાળી pgvcl કચેરી નજીક ફાટક ક્યારેક મોતનુ કારણબનશે ૨ એમ્બ્યુલન્સ ટ્રાફિકમા ફસાઈ
Upcoming Bikes in India: ये 4 नई मोटरसाइकिलें जल्द होंगी लॉन्च, Himalayan 450 से लेकर Aprilia RS 457 लिस्ट में शामिल
Royal Enfield Himalayan 450 को वैश्विक रूप से 7 नवंबर को पेश किया जाएगा। इसे 452 सीसी क्षमता वाला...
গোলাঘাট আইন মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক সভা
নিষিদ্ধ ড্ৰাগছ এতিয়া এক মহামাৰীৰ ৰূপত দেখা দিছে । ড্ৰাগছৰ ধ্বংসৰ মুখলৈ গতি কৰিছে বহু নৱ প্ৰজন্ম ।...
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰৰ আন্তঃৰাষ্ট্ৰীয় অধিবেশনত অসমলৈ ৭টা বঁটা
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰৰ আন্তঃৰাষ্ট্ৰীয় অধিবেশনত অসমলৈ ৭টা বঁটা।