আজি মৰাণৰ জ্যোতিপুৰ নিবাসী প্ৰতিষ্ঠিত ব্যৱসায়ী অনন্ত শৰ্মা আৰু সু-শিক্ষয়ত্ৰী ম'না ভাগৱতীৰ কণ্যা আয়ুশ্মি শৰ্মাক তেওঁৰশৈক্ষিক সাফল্যৰ কাৰণে জ্যোতিপুৰ স্থিত গৃহত সম্বৰ্ধণা জনোৱা হয়।আয়ুশ্মি শৰ্মাই কেন্দ্ৰীয় বিদ্যালয়ৰ অধীনৰ DELHI PUBLIC SCHOOL DIBRUGARH ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 99.2% লৈ School Topper হৈ উত্তীৰ্ণ হৈ স্কুল খনৰ লগতে মৰাণ আৰু মৰাণৰ জ্যোতিপুৰ অঞ্চললৈ সু-নাম কঢ়িয়াই আনি পৰিয়াল তথা অঞ্চলটোকও গৌৰাম্বিত কৰি তুলিলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰঙিয়াৰ তৰণীত সুধাকণ্ঠৰ ৯৬ সংখ্যক ওপজা দিন পালন অনুৰাগীৰ
তৰণীত আজি সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন উপলক্ষে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়...
Jio Recharge Plans: ये हैं रिलायंस जियो के सस्ते रिचार्ज प्लान, अनलिमिटेड कॉलिंग सहित मिल रहे ये बेनिफिट्स
रिचार्ज प्लान महंगे होने के बाद यूजर्स को अपने लिए किफायती प्लान चुनने में बहुत दिक्कत हो रही है।...
आजादी के अमृत महोत्सव के अवसर पर 21,211 सामुहिक हनुमान चालीसा पाठ के तैयारियों में जुटा मोरान का श्री सिद्धि हनुमान मंदिर ।
आजादी के अमृत महोत्सव के अवसर पर 21,211 सामुहिक हनुमान चालीसा पाठ के तैयारियों में मोरान का श्री...
કોંગ્રેસના કાર્યાલય સામે જ ભાજપના કાર્યકર્તાઓએ ફોડ્યા ફટાકડા, મનાવ્યો વિજયોત્સવ, #youth24news
કોંગ્રેસના કાર્યાલય સામે જ ભાજપના કાર્યકર્તાઓએ ફોડ્યા ફટાકડા, મનાવ્યો વિજયોત્સવ, #youth24news