তৰণীত আজি সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন উপলক্ষে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।সুধাকণ্ঠৰ অনুৰাগী দম্পতি গিৰেন্দ্ৰ ভূঞা আৰু পবিত্ৰা ভূঞাৰ উদ্যোগত তথা তৰণী গাঁওবাসী ৰাইজৰ সহযোগত ৰূপায়িত কাৰ্যসূচী হিচাবে পুৱা প্ৰতিচ্ছৱিত মাল্যাৰ্পণ ,বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি দিলিপ ভূঞাৰ অনুষ্ঠিত কৰা মুকলি সভাত আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ কামিনি ভূঞা ,তৰণী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন ৰাজৱংশী ,সংগীত শিল্পী দ্বয় অকণ কলিতা ,নিয়ৰ পৰশকে ধৰি আন ভালেমান গন্যমান্য ব্যাক্তি উপস্থিত থাকি প্ৰবাদ প্ৰতীম সংগীত শিল্পী গৰাকীৰ অৱদান সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Anantnag Encounter: Colonel Manpreet Singh का पार्थिव शरीर कल पहुंचेगा Panchkula | Aaj Tak News
Anantnag Encounter: Colonel Manpreet Singh का पार्थिव शरीर कल पहुंचेगा Panchkula | Aaj Tak News
भारतीय कामगार सेना की तरफ से आमरण उपोषण.
भारतीय कामगार सेना की तरफ से आमरण उपोषण.
বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক মছজিদ কমিটিৰ সম্বৰ্ধনা জ্ঞাপন
বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক মছজিদ কমিটিৰ সম্বৰ্ধনা জ্ঞাপন
સિહોર શહેરમાં બાળકો કમળાનો ભોગ બની રહ્યા છે
સમગ્ર દેશમાં કોરોનાની સ્થિતિએ હાહાકાર મચાવ્યા હતો ત્યાર આવા સમયમાં પરિસ્થિતિ સંપૂર્ણપણે બેકાબુબની...