ৰাজ্যৰ সাহিত্য, সংস্কৃতি তথা সংবাদ ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ বৰঙনি যোগাই অহা প্ৰতিভাবান ব্যাক্তি সকলক উদ্গনি যোগোৱাৰ লক্ষ্যৰে বুধবাৰে সদৌ অসম কবি মঞ্চৰ উদ্যোগত বটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় ।ৰঙিয়া ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত তদুপলক্ষে ৰূপায়ণ কৰা হয় ব্যাপক কাৰ্যসূচী।ৰাজ্য সভাৰ সাংসদ ভুবনেশ্বৰ কলিতা,শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সত্ৰাধিকাৰ ড:ভবেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যাক্তিৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত সন্দীপ কলিতা সোৱৰণী বটাও প্ৰদান কৰা হয় ।ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত কেবা শতাধিক লোকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বটাসমুহ গ্ৰহণ কৰে প্ৰাপকসকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કડીમાં પરિવાર ગણેશ વિસર્જન કરવા ગયો હતો અને ઘરમાં લાગી આગ, ઘરનો સરસામાન બળીને ખાખ
કડીમાં પરિવાર ગણેશ વિસર્જન કરવા ગયો હતો અને ઘરમાં લાગી આગ, ઘરનો સરસામાન બળીને ખાખ
शिंदे - फडणवीस सरकारमध्ये सर्वात गरीब मंत्री कोण? श्रीमंत कोण? | Shinde- Fadnavis Government
शिंदे - फडणवीस सरकारमध्ये सर्वात गरीब मंत्री कोण? श्रीमंत कोण? | Shinde- Fadnavis Government
ગુજરાત સાયન્સ સિટી દ્વારા ડ્રોન-શો યોજાયો
#buletinindia #gujarat #ahmedabad
ग्रामपंचायत बोरी येथील जिप शाळेत नविन वर्ग खोलीचे ऊद्घाटन
ग्रा.प.बोरी येतील जि.प. शाळेत नवीन वर्ग खोलीच्या उदघाटन सम्पन्न
...
पीएम किसान योजना को पूरा करने के संबंध में चराइदेव जिले के उपायुक्त की अध्यक्षता में विशेष बैठक आयोजित की गई*
पीएम किसान योजना को पूरा करने के संबंध में चराइदेव जिले के उपायुक्त की अध्यक्षता में विशेष बैठक...