ৰাজ্যৰ সাহিত্য, সংস্কৃতি তথা সংবাদ ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ বৰঙনি যোগাই অহা প্ৰতিভাবান ব্যাক্তি সকলক উদ্গনি যোগোৱাৰ লক্ষ্যৰে বুধবাৰে সদৌ অসম কবি মঞ্চৰ উদ্যোগত বটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় ।ৰঙিয়া ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত তদুপলক্ষে ৰূপায়ণ কৰা হয় ব্যাপক কাৰ্যসূচী।ৰাজ্য সভাৰ সাংসদ ভুবনেশ্বৰ কলিতা,শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সত্ৰাধিকাৰ ড:ভবেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যাক্তিৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত সন্দীপ কলিতা সোৱৰণী বটাও প্ৰদান কৰা হয় ।ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত কেবা শতাধিক লোকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বটাসমুহ গ্ৰহণ কৰে প্ৰাপকসকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જિલ્લા પોલીસ વડા અક્ષયરાજ મકવાણાએ અમીરગઢ બોર્ડર નું જાત નિરીક્ષણ કર્યું
જિલ્લા પોલીસ વડા અક્ષયરાજ મકવાણાએ અમીરગઢ બોર્ડર નું જાત નિરીક્ષણ કર્યું
गुजरात : तलोद विवेकानंद स्कूल में गणेश चतुर्थी समारोह...
गुजरात : तलोद विवेकानंद स्कूल में गणेश चतुर्थी समारोह...
Ratnagiri Gram Panchayat Election Voting : रत्नागिरीत 35 ग्रामपंचायतींसाठी मतदानाला सुरुवात
Ratnagiri Gram Panchayat Election Voting : रत्नागिरीत 35 ग्रामपंचायतींसाठी मतदानाला सुरुवात
'मेरे खिलाफ हो रही साजिश, चार्जशीट में जोड़ा जा सकता है नाम', राबड़ी देवी से ईडी की पूछताछ पर बोले तेजस्वी
पटना: बिहार के उप मुख्यमंत्री तेजस्वी यादव ने कहा कि उनके खिलाफ साजिश हो रही है। चार्जशीट...
তিনিচুকীয়াৰ হাপজান চাহ বাগিচা উচ্ছেদৰ বাবে প্ৰশাসনে জাননী প্ৰেৰণ কৰা সন্দৰ্ভত প্ৰতিবাদ
তিনিচুকীয়াৰ হাপজান চাহ বাগিচা উচ্ছেদৰ বাবে প্ৰশাসনে জাননী প্ৰেৰণ কৰা সন্দৰ্ভত প্ৰতিবাদ