শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত সদৌ অসম মৌজাদাৰ সন্মিলন ও সপ্তদশ দ্বি -বাৰ্ষিক শিৱসাগৰ অনুষ্ঠিত ।দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত এই অধিবেশনত অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত। শিৱসাগৰ আৰু যোৰহাট জিলাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম মৌজাদাৰ সন্মিলন আৰু সপ্তদশতম দ্বি-বাৰ্ষিক শিৱসাগৰৰ অধিবেশন ৰ কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰীজন উপস্থিত থাকে মৌজাদাৰ সকলৰ সৈতে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ জিলাৰ পৰিবহন বিষয়াৰ কাৰ্য্যালয় ঘেৰাও বিক্ৰম সন্থাৰ। শিৱসাগৰৰ অবৈধ ই-ৰিক্সাচলাচলৰ বিৰুদ্ধে।
শিৱসাগৰ জিলাৰ পৰিবহন বিষয়াৰ কাৰ্য্যালয় ঘেৰাও কৰে বিক্ৰম সন্থাৰ। প্ৰতিবাদত মুখৰ হৈ পৰে পৰিবহন...
શ્રી સર્વોદય આર્ટ્સ એન્ડ કોમર્સ કોલેજ કાંટ ના બે વિદ્યાર્થીઓ ટેક્વોન્ડો સ્પર્ધામાં જળકિયા.
શ્રી સર્વોદય આર્ટ્સ એન્ડ કોમર્સ કોલેજ કાંટ ના બે વિદ્યાર્થીઓ ટેક્વોન્ડો સ્પર્ધામાં જળકિયા.
টীয়কৰ পৰা বিহাৰ অভিমুখে যাত্ৰা কৰা নিৰুদ্দেশ হোৱা যুৱক দিল্লীত উদ্ধাৰ।
টীয়ক ৰ পৰা বিহাৰ অভিমুখে যাত্ৰা কৰা নিৰুদ্দেশ হোৱা যুৱক দিল্লীত উদ্ধাৰ
গেলেকী সমবায় সমিতি লিঃ ২০২২/২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন : সভাত অংশীদাৰ সকলক উপস্থিত থকাৰ আহ্বান
গেলেকী সমবায় সমিতিৰ সকলো অংশীদাৰক এখন বিশেষ সভাত উপস্থিত থকাৰ আহ্বান সত্য নাৰায়ণ ৰাজোৱাৰৰ | সত্য...