গেলেকী সমবায় সমিতিৰ সকলো অংশীদাৰক এখন বিশেষ সভাত উপস্থিত থকাৰ আহ্বান সত্য নাৰায়ণ ৰাজোৱাৰৰ | সত্য নাৰায়ণ ৰাজোৱাৰ হৈছে গেলেকী সমবায় সমিতিৰ সম্পাদক | ১৯৮১ চনত স্থাপিত এই সমবায় সমিতি খনৰ বাৰ্ষিক সাধাৰণ সভা | গেলেকী সমবায় সমিতি লিঃ ২০২২/২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আয়োজন | সভা খন অহা ইংৰাজী ২৮ আগষ্ট, (সোমবাৰে) নাজিৰাৰ মেকিপুৰ মজদুৰ ক্লাৱ ঘৰত অনুষ্ঠিত হ'ব লগা সভাত অংশীদাৰ সকলক উপস্থিত থকাৰ আহ্বান জনাইছে গেলেকী সমবায় সমিতিৰ সম্পাদক সত্য নাৰায়ণ ৰাজোৱাৰ দেৱে |