ৰিল বনাই বিপদত পৰিব পাৰে আপুনিও । আজিকালি সকলোৰে বাবে জনপ্ৰিয় এই ৰিল,facebook অথবা instagram ত সকলোৱেই ৰিল বনাই আমোদ লোৱা দেখিবলৈ পোৱা যায় কিন্তু ৰিল(Reel)বনাই একাংশ বিপদত পৰাও দেখিব পোৱা গৈছে । ৰিল হৈছে ৮চেকেণ্ড বা অলপ বেছি ১৫চেকেণ্ড ৰ এটা ভিডিও যত গান বা চিনেমাৰ কথোকপথন লৈ ভিডিও বনোৱা হয় । সৌ সিদিনা গুৱাহাটীৰ পাণ্ডু ঘাটত লৰা এজনে ৰিল বনাই থাকোতে ব্ৰহ্মপুত্ৰ ত নিৰুদ্দেশ হৈ যায় । Sdrf/Ndrf এ অভিযান চলাই যদিও সন্ধান এতিয়ালৈ পোৱা নাই । গতিকে ৰিল বনাওঁক নিজৰ আমোদ প্ৰমোদৰ কাৰণে । বহুতে ৰিল বনাই followers আশাত বা like commentr আশাত,সেই followers নাপালেও বহুতে হতাশাত পৰি বিভিন্ন পথ বাছি লোৱা দেখা গৈছে ।।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোগামুখৰ সোৱণশিৰি ইক' কেম্পত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২১ তম সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত
আজি গোগামুখৰ সোৱণশিৰি ইক' কেম্পত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২১ তম্ সাধাৰণ পৰিষদৰ সভাত উপস্থিত...
Share Market Updates | FY25 में कमाई वाले शेयर, किस्मत चमकाने का मौका! | Wipro | IT Sector
Share Market Updates | FY25 में कमाई वाले शेयर, किस्मत चमकाने का मौका! | Wipro | IT Sector
ৰহাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৮সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ন পুৰণি সতীৰ্থ সন্মিলন ১২মাৰ্চত
বৰ্ষ ১৯৭৮চনৰ ১২মাৰ্চত স্থাপিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৮সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ন...
ग्रोमोर नैनो डी ए पी को बढ़ावा देने के लिए कोरोमंडल कंपनी द्वारा किसान गोष्ठी का आयोजन
सुल्तानपुर. नगर मे कोरोमंडेल इंटरनेशनल लिमिटेड द्वारा तीन किसान गोष्ठी का आयोजन संगोद,सुल्तानपुर...
વઢવાણના વસ્તડીમાં બેફામ રેતી ચોરીનાં પગલે કૂવા, બોર અને પાઈપલાઈનને મોટાપાયે નુકશાન
વઢવાણ તાલુકાનાં વસ્તડી ગામના પાદરમાંથી બેફામ રેતી ચોરી થતી હોવાની ફરિયાદ સાથે ગ્રામજનો અને સરપંચે...