অসম চৰকাৰৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগু উপস্থিত থাকে জিলাপ্ৰশাসনৰ এই কাৰ্য্যসূচীত। মন্ত্ৰীজনাৰ উপস্থিতিত অনুষ্ঠিত জিলা প্ৰশাসনৰ উদ্যোগত উদ্যোগ বানিজ্য কেন্দ্ৰ শিৱসাগৰৰ সহযোগত এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃ গাঠনি সন্মিলন ২০২৫ গাম্ভীৰ্য্যপূৰ্ণ কাৰ্য্যসূচী যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই কাৰ্য্যসূচীত মন্ত্ৰী ৰণোজ পেগুৰ উপৰিও উপস্থিত থাকে জিলা আয়ুক্ত আয়ুস গাৰ্গ।অসমলৈ অধিক বিনিয়োগকাৰী আকৰ্ষিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে আগন্তুক ২৫আৰু ২৬ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেল পথাৰত এডভাণ্টেজ অসম ২.০ মহাসন্মিলনৰোআয়োজন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
इटावा में भाजपा की 14 अगस्त को होगी तिरंगा रैली
इटावा
भारतीय जनता पार्टी के इटावा नगर, इटावा देहात व खातोली मंडल की सयुक्त बैठक शनिवार को मास्टर...
তিনিচুকীয়াত সমগ্ৰ শিক্ষা তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ৰূপায়ন হৈ থকা আন্তঃগাঁথনি উন্নয়নৰ অগ্ৰগতি সন্দৰ্ভত পৰ্য্যালোচনা সভা
সমগ্ৰ শিক্ষা তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ৰূপায়ন হৈ থকা আন্তঃগাঁথনি...
Plane Crash: मध्य प्रदेश के रीवा में मंदिर के गुंबद से टकराया विमान, पायलट की मौत
मध्य प्रदेश के रीवा में शुक्रवार को विमान के दुर्घटनाग्रस्त होने से एक पायलट की मौत हो गई. वहीं...
चित्तौड़गढ़ जिला फुटबॉल संघ के चुनाव निरस्त करने को लेकर गठित जांच के विरुद्ध जिले के मान्यता प्राप्त विभिन्न फुटबॉल क्लबो के सचिवों व पदाधिकारियों ने दिया ज्ञापन
चितौड़गढ़
फ़रीद खान
चित्तौड़गढ़ जिला फुटबाल संघ के चुनाव निरस्त करने को लेकर गठित जांच के...
પાવીજેતપુર તાલુકાની સનરાઈઝ ઇંગ્લિશ મીડીયમ સ્કૂલમાં આજરોજ જન્માષ્ટમીની શ્રદ્ધાભેર ઉજવણી કરવામાં આવી
પાવીજેતપુર તાલુકાની સનરાઈઝ ઇંગ્લિશ મીડીયમ સ્કૂલમાં આજરોજ જન્માષ્ટમીની શ્રદ્ધાભેર ઉજવણી કરવામાં...