অসম চৰকাৰৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগু উপস্থিত থাকে জিলাপ্ৰশাসনৰ এই কাৰ্য্যসূচীত। মন্ত্ৰীজনাৰ উপস্থিতিত অনুষ্ঠিত জিলা প্ৰশাসনৰ উদ্যোগত উদ্যোগ বানিজ্য কেন্দ্ৰ শিৱসাগৰৰ সহযোগত এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃ গাঠনি সন্মিলন ২০২৫ গাম্ভীৰ্য্যপূৰ্ণ কাৰ্য্যসূচী যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই কাৰ্য্যসূচীত মন্ত্ৰী ৰণোজ পেগুৰ উপৰিও উপস্থিত থাকে জিলা আয়ুক্ত আয়ুস গাৰ্গ।অসমলৈ অধিক বিনিয়োগকাৰী আকৰ্ষিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে আগন্তুক ২৫আৰু ২৬ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেল পথাৰত এডভাণ্টেজ অসম ২.০ মহাসন্মিলনৰোআয়োজন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत की सबसे तीखी मिर्च से बने चिप्स खाकर जापान के 14 छात्रों की बिगड़ी हालत, अस्पताल में भर्ती
टोक्यो। जापान में भारत की सबसे तीखी मिर्च (भूत झोलकिया) से बने आलू के चिप्स खाने के बाद 14...
Monsoon 2022: Massive rain wreaks havoc in Valsad | Zee News
Monsoon 2022: Massive rain wreaks havoc in Valsad | Zee News
মৰিগাঁও অসামৰিক চিকিৎসালয়ত সৰ্পদংশনৰ বাবে সুকীয়া কক্ষ স্থাপনৰ দাবী প্ৰকৃতি প্ৰেমী মঞ্চ অসমৰ
মৰিগাঁও অসামৰিক চিকিৎসালয়ত সৰ্পদংশনৰ বাবে সুকীয়া কক্ষ স্থাপনৰ দাবী প্ৰকৃতি প্ৰেমী মঞ্চ,...
3 Easiest Homemade Weight Gain Shakes | Gain Weight in 15 Days| Yatinder Singh
3 Easiest Homemade Weight Gain Shakes | Gain Weight in 15 Days| Yatinder Singh