শিৱসাগৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ।পোন্ধৰ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা মহাৰজত জয়ন্তীৰ আজিৰ সামৰণি। অনুষ্ঠানটিৰ অন্তিম দিনৰ কাৰ্য্যসূচীত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। উল্লেখ্য যে মহাৰজত জয়ন্তীৰ এই কাৰ্য্যসূচীত সাংসদ গৌৰৱ গগৈয়ে অংশ গ্ৰহন কৰি বৰ্তমান চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ বিষয়ৰ ওপৰত তাৎপৰ্য পূৰ্ণ মন্তব্য আগবঢ়ায়। বি জেপি নেতাসকলে গাঁৱলৈ যাবলৈ ভয় কৰে বুলি কটাক্ষ কৰে সাংসদ জনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જર્નાલિસ્ટ વિજય જોટવા ગુજરાતમાં સૌથી વધારે સબસ્ક્રાઈબર અને ફોલોવર્સ ધરાવનાર ગુજરાતના પ્રથમ પત્રકાર
જર્નાલિસ્ટ વિજય જોટવા ગુજરાતમાં સૌથી વધારે સબસ્ક્રાઈબર અને ફોલોવર્સ ધરાવનાર ગુજરાતના પ્રથમ પત્રકાર
जि.प.शाळा पोहरेगाव येथील विद्यार्थीनीं अंकिता राठोड प्रजासत्ताक दिनानिमित्त मनोगत व्यक्त करतांना
जि.प.शाळा पोहरेगाव येथील विद्यार्थीनीं अंकिता राठोड प्रजासत्ताक दिनानिमित्त मनोगत व्यक्त करतांना
Gold Price Today: US Dollar में कमजोरी से Gold को मिल रहा है सपोर्ट, US Fed नहीं बढ़ाएगा दरें?
Gold Price Today: US Dollar में कमजोरी से Gold को मिल रहा है सपोर्ट, US Fed नहीं बढ़ाएगा दरें?
गृहमंत्री के दिल्ली दौरे पर कांग्रेस नेता अजय सिंह का तंज, दे दी शुभकामनाएं! MP News Bhopal
गृहमंत्री के दिल्ली दौरे पर कांग्रेस नेता अजय सिंह का तंज, दे दी शुभकामनाएं! MP News Bhopal
શ્રી સ્વામિનારાયણ બી.એડ્.કૉલેજ બોટાદમાં વિશ્વ માતૃભાષા દિવસની ઉજવણી
શ્રી સ્વામિનારાયણ ગુરુકુલ બોટાદનાં મનભાવન પરિસરમાં આવેલ શ્રી સ્વામિનારાયણ બી.એડ્.કૉલેજ બોટાદનાં...