আজি ১৭ জানুৱাৰী শুকুৰ বাৰে ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু বাৰ্ষিকীত মৰাণৰ জ্যোতিপুৰ অঞ্চলৰ নৱগঠিত সাংস্কৃতিক অনুষ্ঠান "জ্যোতিপুৰ সাংস্কৃতিক।মঞ্চৰ উদ্যোগত দিনটো ওলহ-মালহেৰে পালন কৰা হয়।পুৱা প্ৰভাত ফেৰী, ১০বজাৰ পৰা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলীঅনুষ্ঠান, আৰু গীতে -মাতে অন্তৰঙ্গ অনুষ্ঠানত অঞ্চলটোৰ কণ কণ শিশু সকলৰ উপৰিও অঞ্চলটোৰ শিল্পী আৰু মঞ্চৰ সদস্য সকলে আজিৰ দিনটোত ৰূপকোৱৰ জনাক স্মৰণ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জালিমূখত ৰাইজে খেতি পথাৰলৈ পানী যোগানৰ ব্যৱস্থা কৰিছে
জালিমূখত ৰাইজে খেতি পথাৰলৈ পানী যোগানৰ ব্যৱস্থা কৰিছে।
गुहागरातील वडद डाफळेवाडी येथे बिबट्याच्या हल्ल्यात दोन पाड्यांचा मृत्यू
गुहागर : गुहागर तालुक्यातील वडद डाफळेवाडी येथे वाघाच्या हल्ल्यात दोन पाड्यांचा मृत्यू झाल्याने...
સવલાણા-કેસરીયા રોડ પરથી કારમાંથી 600 બોટલ દારૂ જપ્ત કરાઈ
લખતર પોલીસની ટીમે મોડી રાત્રીએ રેગ્યુલર નાઈટ પેટ્રોલિંગ સમયે મળેલ બાતમીના આધારે સવલાણા-કેસરિયા...
গুইজানত আদিবাসী ছাত্ৰ সন্থা গুইজান আঞ্চলিক সমিতিৰ প্ৰথমবাৰ্ষিক কৰম সন্মিলন
গুইজানত আদিবাসী ছাত্ৰ সন্থা গুইজান আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়াকৈ আয়োজন...
લોદરા ગામના સરપંચનો અનોખો નિર્ણય ; ગામમાં દારુના ખરીદ - વેચાણ પણ સંપૂર્ણપણે પ્રતિબંધ.@Vm Gujarati
લોદરા ગામના સરપંચનો અનોખો નિર્ણય ; ગામમાં દારુના ખરીદ - વેચાણ પણ સંપૂર્ણપણે પ્રતિબંધ.@Vm Gujarati