চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ব্যতিক্ৰমী পদক্ষেপ।আজি পুৱাই চাইকেল চলাই ঘৰে ঘৰে যাওঁ বলক শিৰ্ষক কাৰ্য্যসূচী ৰূপায়ন। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টি বাসীৰ বাবে লৈছে বিশেষ পদক্ষেপ। পুৱাই চাইকেল মাৰি সমষ্টি বাসীৰ ঘৰে ঘৰে বিধায়ক গৰাকী। উল্লেখ্য যে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লখৰা পঞ্চায়তৰ ধাৰিকাটিৰ পৰা চাইকেল মাৰি বিধায়ক গৰাকীয়ে অঞ্চলটোৰ সকলোৰে ঘৰে ঘৰে উপস্থিত হৈ জল জীৱন মিচন,চৰকাৰী ঘৰ,ৰাষ্টাঘাট আদি কামসমূহৰ লগতে সকলোৱে চৰকাৰী আচনিৰ সা-সুবিধা কেনেদৰে লাভ কৰিছে বা আচনিসমুহ সঠিক ভাবে ৰূপায়ন হৈছে নে নাই সেই সন্দৰ্ভত ৰাইজৰ সৈতে মত বিনিময় কৰে ।লগতে চাৰিদুৱাৰৰ ঢাৰিকাঠিত এখন স্কুলগৃহৰ নতুনকৈ নিৰ্মান কৰিবলগীয়া কোঠালীৰ আধাৰশিলা স্থাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वसुंधरा राजे को दूर रखना बना बीजेपी के लिए हार का कारण-पूर्व मंत्री
लोकसभा चुनाव में राजस्थान में भाजपा को कम सीटें मिलने पर भाजपा के वरिष्ठ राजनेता पूर्व मंत्री...
24 शिक्षक 24 वो अनुपस्थित : चौकीदार ने लिया कक्षा 9 का अर्धवार्षिक परीक्षा
24 शिक्षक 24 वो अनुपस्थित : चौकीदार ने लिया कक्षा 9 का अर्धवार्षिक परीक्षा
મંદિર ખાતે હનુમાન ચાલીસા નું પાઠ કરવામાં આવ્યું
પ્રેશનોટ-
કર્ણાટક માં ચુંટણી ના ઢંઢેરા માં કોંગ્રેસ દ્વારા જાહેરાત કરવામાં આવી છેકે જો તેમની...
बीड- वडवणी रोडवर अपघात;दोन जागीच ठार
बीडकडे येत असलेल्या तरुणाच्या दुचाकीला इरटिका गाडीने जोराची धडक दिली. या अपघातात दोघे जागीच ठार...
મોપેડમાં દારૂના જથ્થા સાથે એક યુવકને ઝડપ્યો
મોપેડમાં દારૂના જથ્થા સાથે એક યુવકને ઝડપ્યો