'বিকাশৰ ১২ দিন ' কাৰ্যসূচীৰ অংশস্বৰূপে আজি হোজাইৰ শ্ৰীমন্ত শঙ্কৰদেৱ নগৰস্থিত কাছাৰী ময়দানত অনুষ্ঠিত হৈ সভা।সভাত মন্ত্ৰী পীয়ুজ হাজৰিকা উপস্থিত থাকি হিতাধিকাৰি সকলৰ মাজত বিতৰন কৰে সাহায্য। উক্ত সভাত জৰিয়তে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ চাৰ্টিফিকেট,বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য,আত্মসহায়ক গোটলৈ প্ৰাৰম্ভিক মূলধন প্ৰদানকে ধৰি বহু কেইখন আঁচনিৰ সাহায্য প্ৰদান কৰে । উল্লেখ্য যে "বিকাশৰ ১২ দিন " কাৰ্যসূচীত লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাৰ জৰিয়তে ১২ হাজাৰতকৈও অধিক লোকে সাহায্য লাভ কৰিব বুলি মন্তব্য কৰিছে মন্ত্ৰী পিযুষ হাজৰিকাই